OneNote
ছাইন ইন কৰক
Outlook.com
ব্যক্তি
কেলেণ্ডাৰ
OneDrive
Word
Excel
PowerPoint
OneNote
Sway
Skype
Office
Flow
OneNote ষ্টাফ নোটবুক
এটা স্থানত সহযোগ কৰক
সকলোৰে সৈতে তথ্য ভাগ-বতৰা কৰক
আপোনাৰ কাম আৰু নিজকে বিকাশ কৰক
এতিয়া আৰম্ভ কৰক
OneNote ষ্টাফ নোটবুকসমূহ
শিক্ষা-প্ৰদানকাৰী সহযোগিতা সৃষ্টি & প্ৰৱন্ধন কৰক
OneNote ষ্টাফ নোটবুকত প্ৰত্যেক ষ্টাফ সদস্য বা শিক্ষকৰ বাবে এটা নিজস্ব কৰ্মস্থান, তথ্য ভাগ-বতৰা কৰিবলৈ এটা সামগ্ৰী লাইব্ৰেৰী আৰু প্ৰত্যেকে একেলগে কাম কৰিবলৈ এটা সহযোগ স্থানকে ধৰি এটা শক্তিশালী নোটবুকৰ সকলোখিনি আছে।
ষ্টাফ নোটবুক ছাইন ইন
আপোনাৰ স্কুলৰ পৰা আৰম্ভ কৰিবলৈ আপোনাৰ Office 365 একাউণ্টৰ সৈতে ছাইন ইন কৰক।
Office 365 Education-ৰ সৈতে আৰম্ভ কৰক >
এটা স্থানত সহযোগ কৰক
সহযোগ স্থান গোট ক্ৰিয়াকলাপ, যেনে ভাগ-বতৰা বিভাগ বা ষ্টাফ-ৱাইড প্ৰয়াসৰ বাবে ডিজাইন কৰা হৈছে।
এটা নোটবুকত টোকা, কাৰ্য আৰু আঁচনিসমূহৰ ওপৰত একেলগে কাম কৰক আৰু OneNote-ৰ শক্তিশালী অনুসন্ধানৰ যোগেদি সকলোলৈ প্ৰৱেশ কৰক।
বিনামূলীয়া আন্তঃসক্রিয় অনলাইন প্ৰশিক্ষণ
OneNote-ৰ সৈতে বিদ্যালয় ব্যৱসায়ৰ প্ৰৱন্ধন >
শিক্ষাৰ বাবে OneNote ষ্টাফ নোটবুকৰ সৈতে সহযোগ >
সকলোৰে সৈতে তথ্য ভাগ-বতৰা কৰক
পলিচি, কাৰ্য্যবিধি, সময়সীমা আৰু স্কুল কেলেণ্ডাৰ প্ৰকাশ কৰিবলৈ সামগ্ৰী লাইব্ৰেৰী ব্যৱহাৰ কৰক।
সামগ্ৰী লাইব্ৰেৰীৰ অনুমতিয়ে ষ্টাফ নেতাক তথ্য সম্পাদনা আৰু প্ৰকাশ কৰিবলৈ অনুমতি দিয়ে, কিন্তু অন্যই কেৱল সামগ্ৰী দৰ্শন আৰু প্ৰতিলিপিহে কৰিব পাৰে।
আপোনাৰ কাম আৰু নিজকে বিকাশ কৰক
কাম কৰিবলৈ প্ৰত্যেক ষ্টাফ সদস্যৰ এটা নিজস্ব স্থান আছে, কেৱল ষ্টাফ নেতাৰ সৈতে ভাগ-বতৰা কৰা হৈছে। পেছাদাৰী বিকাশ, শ্ৰেণীকোঠা নিৰীক্ষণ আৰু অভিভাবক যোগাযোগৰ বাবে এই নোটবুক ব্যৱহাৰ কৰিব পাৰি।
ষ্টাফ সদস্যই এই নোটবুক তেওঁলোকৰ নিজৰ প্ৰয়োজনৰ বাবে ব্যক্তিগতকৰণ কৰিব পাৰে। এইটোৱে তেওঁলোকক প্ৰসংগিত তথ্যক তেওঁলোকে বুজিব পৰাকৈ এটা সজ্জাত নিয়মিতভাৱে জমা কৰিবলৈ অনুমতি দিয়ে।
শিক্ষাত ষ্টাফ নোটবুকৰ ব্যৱহাৰৰ বিষয়ে ব্লগ পোষ্ট:
OneNote ষ্টাফ নোটবুক পৰিচয় ব্লগ পোষ্ট >
যুক্তৰাজ্যত Sandymoor School-ত OneNote ষ্টাফ নোটবুকৰ কেছ অধ্যয়ন >
এতিয়া আৰম্ভ কৰক
মজুত থকা শ্ৰেণী টোকাবহীসমূহ আৰম্ভ বা প্ৰবন্ধন কৰিবলৈ আপোনাৰ স্কুলৰ পৰা আপোনাৰ Office 365 একাউণ্টৰ সৈতে ছাইন ইন কৰক
ষ্টাফ নোটবুক ছাইন ইন
কোনো একাউণ্ট নাই নেকি?
Office 365 Education-ৰ সৈতে আৰম্ভ কৰক >
শিক্ষা প্ৰশিক্ষণত অধিক OneNote >
Facebook
Twitter
ব্লগ
উন্নয়ণ কেন্দ্ৰ