OneNote | Evernote | |
---|---|---|
Windows, Mac, iOS, Android আৰু ৱেবত উপলব্ধ | ![]() |
![]() |
আপোনাৰ ডিভাইচসমূহেদি টোকাসমূহ ছিংক কৰক | ![]() |
Evernote Basic-ৰ বাবে 2 টা ডিভাইচলৈ সীমিত কৰা হৈছে৷ আপোনাৰ ডিভাইচসমূহেদি ছিংক কৰিবলৈ Evernote Plus বা প্ৰিমিয়ামৰ আৱশ্যক৷ |
ম'বাইলত থকা টোকাসমূহলৈ অফলাইন প্ৰৱেশাধিকাৰ | ![]() |
Evernote Plus বা প্ৰিমিয়ামৰ আৱশ্যক |
অসীম মাহিলী আপল'ড | ![]() |
60 MB/মাহে (বিনামূল্যে) 1 GB/মাহে (Evernote Plus) |
ফ্ৰি-ফ'ৰ্ম কেনভাছৰ সৈতে পৃষ্ঠাটোত যিকোনো ঠাইতে লিখক | ![]() |
![]() |
আনৰ সৈতে সামগ্ৰী ভাগ-বতৰা কৰক | ![]() |
![]() |
ৱেবৰ পৰা অহা সামগ্ৰী ক্লিপ কৰক | ![]() |
![]() |
আপোনাৰ টোকাসমূহত ই-মেইল সংৰক্ষণ কৰক | ![]() |
Evernote Plus বা প্ৰিমিয়ামৰ আৱশ্যক |
ডিজিটাইজ ব্যৱসায় কাৰ্ডসমূহ | ![]() |
Evernote প্ৰিমিয়ামৰ আৱশ্যক |