- ভাৱ, ধাৰণা আৰু টু-ডুসমূহ কেপচাৰ কৰক আৰু আপোনাৰ সকলো ডিভাইচলৈ সেইবিলাকক চিংক কৰক
- আপোনাৰ বিনামূলীয়া Microsoft একাউণ্টেৰে OneDrive-ত আপোনাৰ নোট বুকসমূহ সঞ্চয় আৰু ভাগ-বতৰা কৰক
- সময়সীমা উকলি নেযায় - আপোনাৰ যেতিয়ালৈকে ভাল লাগে তেতিয়ালৈকে OneNote ব্যৱহাৰ কৰক